Singri H.s.school

Singri H.s.school শিঙৰী উ.মা.বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত?

21/08/2024
শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক টংকেশ্বৰ বৈশ্য , যতীন শৰ্মা আৰু হাফিজুৰ ৰহমানক বিদ্যালয়ৰ তৰফৰ পৰা বিদায় জনোৱা হয় ...
01/12/2021

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক টংকেশ্বৰ বৈশ্য , যতীন শৰ্মা আৰু হাফিজুৰ ৰহমানক বিদ্যালয়ৰ তৰফৰ পৰা বিদায় জনোৱা হয় ।

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক শৰৎ চন্দ্ৰ শৰ্মা ছাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ ...
06/09/2020

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক শৰৎ চন্দ্ৰ শৰ্মা ছাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।

আজি ৩০-০৬-২০২০ তাৰিখে শিঙৰী উ.মা.বি. ৰ শিক্ষক শ্ৰীযুত টঙ্কেশ্বৰ বৈশ্যৰ অৱসৰৰ মুহূৰ্তৰ স্থিৰ ছবি ।
30/06/2020

আজি ৩০-০৬-২০২০ তাৰিখে শিঙৰী উ.মা.বি. ৰ শিক্ষক শ্ৰীযুত টঙ্কেশ্বৰ বৈশ্যৰ অৱসৰৰ মুহূৰ্তৰ স্থিৰ ছবি ।

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালে ২৭ নৱেম্বৰ ২০১৯ তাৰিখে মোক আৰু নীলকণ্ঠ মিশ্ৰক আনুষ্ঠানিকভাবে বিদায় সম্ভাষণ জনোৱাৰ...
02/12/2019

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালে ২৭ নৱেম্বৰ ২০১৯ তাৰিখে মোক আৰু নীলকণ্ঠ মিশ্ৰক আনুষ্ঠানিকভাবে বিদায় সম্ভাষণ জনোৱাৰ স্থিৰ ছবি।

শিক্ষকতাৰ সেৱাৰ পৰা অৱসৰ লোৱাৰ মুহূৰ্তত শিঙৰী উ.মা.বি. শিক্ষক কৰ্মচাৰীৰ লগত এক অন্তৰঙ্গ মুহূৰ্ত ৩০ -০৪ -২০১৯
03/05/2019

শিক্ষকতাৰ সেৱাৰ পৰা অৱসৰ লোৱাৰ মুহূৰ্তত শিঙৰী উ.মা.বি. শিক্ষক কৰ্মচাৰীৰ লগত এক অন্তৰঙ্গ মুহূৰ্ত ৩০ -০৪ -২০১৯

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শ্ৰীযুত ৰোহিনী সুতাৰ , টেক বাহাদুৰ ছেত্ৰী, বিষ্ণু প্ৰসাদ খতিৱৰা আৰু গজেন্দ্ৰ উপাধ...
14/09/2018

শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শ্ৰীযুত ৰোহিনী সুতাৰ , টেক বাহাদুৰ ছেত্ৰী, বিষ্ণু প্ৰসাদ খতিৱৰা আৰু গজেন্দ্ৰ উপাধ্যায়ক বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জচা হয় ।

ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী শিৱানী বৰা স্থানান্তৰৰ সময়ত শিঙৰী উ.মা.বিদ্যালয় শি‍ক্ষক গোটৰ সম্পাক ফৌদ বহৰাই অভিনন্দন জনো...
30/07/2018

ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী শিৱানী বৰা স্থানান্তৰৰ সময়ত শিঙৰী উ.মা.বিদ্যালয় শি‍ক্ষক গোটৰ সম্পাক ফৌদ বহৰাই অভিনন্দন জনোৱাৰ মুহূৰ্তত ।

14/09/2017
শিঙৰী উ.মা . বিদ্যালয়ৰ প্ৰাক্ত্ন ছাত্ৰ ছাত্ৰী . শিক্ষক-কৰ্মচাৰীলৈ
14/09/2017

শিঙৰী উ.মা . বিদ্যালয়ৰ প্ৰাক্ত্ন ছাত্ৰ ছাত্ৰী . শিক্ষক-কৰ্মচাৰীলৈ

Address

SINGRI
Singri
784110

Telephone

+919435507660

Website

Alerts

Be the first to know and let us send you an email when Singri H.s.school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Singri H.s.school:

Share