04/11/2022
শিৱসাগৰ কলেজৰ,জয়সাগৰ ( স্বতন্ত্ৰ)ৰ পোহৰ সন্ধানী সকলো সতীৰ্থবৃন্দ, কলেজ কৰ্তৃপক্ষ, স্থানীয় ৰাইজ সকলোকে মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কলেজ কৰ্তৃপক্ষ তথা ছাত্র-ছাত্ৰীৰ সহযোগত আৰু আপোনালোক সকলোৰে আশীৰ্বাদত অনুষ্ঠিত হোৱা "গজকেতু উপাখ্যান" নামৰ ভাওনাখনিৰ সফল পৰিসমাপ্তি ঘটোৱাৰ বাবে সকলোকে এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ধন্যবাদেৰে,
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বর্ষ