Sonari College Student's Union 2023-24

Sonari College Student's Union 2023-24 জয়তু সোণাৰি মহাবিদ্যালয়,
জয়তু সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভা(2023-24)

07/08/2025
ঐতিহ্যমণ্ডিত ইতিহাস বিজৰিত সোণাৰি মহাবিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰতিজন সোণাৰিয়ান লৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন ক...
05/08/2025

ঐতিহ্যমণ্ডিত ইতিহাস বিজৰিত সোণাৰি মহাবিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰতিজন সোণাৰিয়ান লৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।যি সকল মনিষীৰ ত্যাগ আৰু কষ্টৰ ফলত সোণাৰি মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিলে আজি প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ ক্ষণত সেই প্ৰতিগৰাকী মনিষীলৈ শতকোটি প্ৰণিপাত জনাইছোঁ আৰু স্বৰ্গীয় সকলক শ্ৰদ্ধাৰে সোঁৱৰিছো।


Sonari college

05/06/2025

Great work Sonari college students union 20224-25( Ags- Abhigyan Newar )

22/05/2025

Sonari collegeot ajon sur dhora porise..kunubai jodi sini paisa Amak jonaba..

সোণাৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা সকলো প্ৰতিযোগিক সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আ...
04/10/2024

সোণাৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা সকলো প্ৰতিযোগিক সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।
বিৰাজ বৰুৱা
সাধাৰণ সম্পাদক
সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৩-২৪

05/09/2024

সমাজৰ প্ৰতি গৰাকী শিক্ষাগুৰুলৈ আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো|

সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২৩-২৪।

Address

Sonari

Website

Alerts

Be the first to know and let us send you an email when Sonari College Student's Union 2023-24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share