Sonari Junior College

Sonari Junior College Sonari Junior College (Official Page) Welcome to Sonari Junior College of Sonari Town, Sivasagar, Assam. Charaideo SDO(C) Office.

Presently it has been started in a rented building at Rajadhap, Opp. Our aim is to send students into the wider world prepared to pursue their ambitions and enact the values and qualities expressed in the College motto Enter to learn; go forth to serve. SJC, Sonari provides students with superior educational opportunities in a caring, well-structured and supportive environment. Our general focus i

s to develop young people of high academic caliber, integrity, social conscience, warmth and courage.

13/02/2026

কেতিয়াবা এনেকৈ ক্লাছৰূমৰ বাহিৰতো ছাত্ৰ ছাত্ৰীৰ উপযোগী দুই এটা ক্লাছ কৰা হয়।এইকেইদিন আবৃত্তি কেনেকৈ কৰিব লাগে তাৰ ওপৰত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শিকাই থকা হৈছে।

Wish you all the best for the H.S. Final Examination 2026Keep calm & give your best !
10/02/2026

Wish you all the best for the H.S. Final Examination 2026
Keep calm & give your best !

We wish you all the best for the H.S.L.C. Examination 2026.
09/02/2026

We wish you all the best for the H.S.L.C. Examination 2026.

পৰীক্ষা সমাগত।মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত অবৰ্তীণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰস্তুতি তুংগত।আমাৰ শিক্ষক শিক্ষয়...
08/02/2026

পৰীক্ষা সমাগত।মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত অবৰ্তীণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰস্তুতি তুংগত।আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেক বছৰৰ দৰেই এইবছৰো ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ প্ৰস্তুতিৰ বুজ লৈছেগৈ।এনেদৰে যোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হয় বুলি আমি বিশ্বাস কৰোঁ।

08/02/2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা অৰ্কিড পাৰ্কত এটা দিন।
04/02/2026

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা অৰ্কিড পাৰ্কত এটা দিন।

29/01/2026

সংলাপ প্ৰতিযোগিতা

Swaraswati Puja 2026
23/01/2026

Swaraswati Puja 2026

শ্ৰী শ্ৰীসৰস্বতী পূজাৰ নিমন্ত্ৰণ জনালো ।
22/01/2026

শ্ৰী শ্ৰীসৰস্বতী পূজাৰ নিমন্ত্ৰণ জনালো ।

16/01/2026

আমাৰ বিদ্যালয়ৰ কম্পিউটাৰ চায়েন্সৰ শিক্ষক ইমৰানুল হক আৰু কেশৱানন্দ কোঁৱৰৰ সফলতাৰ বাবে আমি দুয়োকে অভিনন্দন জনাইছোঁ।

Address

SONARI
Sonari
785691

Alerts

Be the first to know and let us send you an email when Sonari Junior College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Sonari Junior College:

Share