Sonari college

Sonari college Please Like this Page → only sonari college students

05/08/2021
03/08/2021
দিনাংক - ১৫ জুলাই ২০২১
14/07/2021

দিনাংক - ১৫ জুলাই ২০২১

05/08/2020

আজিৰ দিনটোতে সোণাৰি মহাবিদ্যালয়ে গৌৰৱোজ্জল ৫০ টা বছৰত ভৰি দিলে। এই শুভ মূহুৰ্তত মহাবিদ্যালয় সংগীতটো আপোনালোকৰ মাজলৈ এৰি দিলোঁ। জয়তু সোণাৰি মহাবিদ্যালয়।

27/07/2020
 #জাননী ::- (পোষ্টটো Share কৰি শিক্ষাৰ্থী সকলক উপকৃত কৰিবলৈ অনুৰোধ জনালোঁ...)চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্চ শ...
15/06/2020

#জাননী ::-
(পোষ্টটো Share কৰি শিক্ষাৰ্থী সকলক উপকৃত কৰিবলৈ অনুৰোধ জনালোঁ...)
চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সোণাৰি, মৰাণ , গড়গাঁওলৈ বহুতো ছাত্র ছাত্ৰী আহে প্ৰত্যেক দিনাই অহা যোৱা কৰে, এই ক্ষেত্ৰত আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকল বহুত অসুবিধাৰ সন্মুখীন হয় , সেহেয়ে আৰ্থিক ভাৱে দুৰ্বল মেধাৱী ছাত্র ছাত্ৰী সকলক যাতায়তৰ ক্ষেত্ৰৰ সহায় কৰিবলৈ আমি বৃহত্তৰ চৰাইদেউ জিলা বে-চৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । প্ৰথম বছৰত (২০২০ চন) আমি জিলাখনৰ দহ (১০)জন ছাত্ৰ ছাত্ৰীক এই সেৱা আগবঢ়াব বিচাৰিছোঁ , যাৰ জৰিয়তে উক্ত ১০ জনে (কেৱল শিক্ষা গ্ৰহণ বাবে) সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ সন্থাৰ অধীনস্থ বাহন সমুহত অহা যোৱা কৰিব পাৰিব ।
উক্ত সুবিধা গ্ৰহণ কৰিবৰ বাবে ইচ্ছুক ছাত্র ছাত্ৰী সকলক #বৃহত্তৰ চৰাইদেউ জিলা বাছ আৰু মিনি বাছ মালিক সন্থাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ।
ৰমেশ চন্দ্ৰ শ্যাম
সভাপতি
বলেন্দ্ৰ গগৈ
কাৰ্যকৰী সভাপতি
পূৰ্ণানন্দ হাটীমূৰীয়া
সম্পাদক
pH no 7002697378, 8011145018, 70023 12395

Address

Sonari, Sivasagar
Sonari
785690

Website

Alerts

Be the first to know and let us send you an email when Sonari college posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share