Hatsingimari college union

Hatsingimari college union GENERAL SECRETARY

[FIA]

Punyabrat Dutta Guwahati University Firoz GS Fia  আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত স্নাতকোত্তৰ ছাত্র...
26/07/2023

Punyabrat Dutta Guwahati University
Firoz GS Fia

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত স্নাতকোত্তৰ ছাত্র সন্থা আৰু বিশ্ববিদ্যালয় অন্তৰ্গত মহাবিদ্যালয় সমূহৰ ছাত্র একতা সভা সমূহৰ লগত নিৰ্বাচন সংক্ৰান্তত চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ লগত কিছু পৰ্যালোচনা কৰিলে।
উক্ত সভাত আমি অতি স্পষ্টভাৱে পৰোক্ষ নিৰ্বাচনৰ বিৰোধিতা কৰি ছাত্ৰ সমাজক প্ৰত্যক্ষভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰিবলৈ সমিতিখনক আহ্বান জনায়। লগতে স্বতন্ত্ৰভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।
তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ লগত আমি আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মহাবিদ্যালয়ৰ সম্পৰ্কে কিছু সমস্যাৰ কথা কিছু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা কৰিলু লগতে শিক্ষাৰ মাধ্যমৰ লগত ২০২৩ৰ নাম ভৰ্তিক লৈ আলোচনা কৰি আমাক ভাল ভাল উপদেশ দিয়ে তাৰ বাবে আমি পূণ্যব্ৰত দত্ত দাদাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
☺️

Address

South Salmara

Alerts

Be the first to know and let us send you an email when Hatsingimari college union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Hatsingimari college union:

Share