AJYCP Sadiya college Unit

AJYCP Sadiya college Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AJYCP Sadiya college Unit, College & University, Tinsukia.

29/07/2024

https://www.youtube.com/

New AJYCP song.....

সকলোৱে শুনিব বুলি আশা ৰাখিলোঁ,,,,

ওপৰৰ লিংকটোত গৈ সকলোৱে like, comment, share আৰু subscribe কৰি দিব,,,,🙏🙏🙏

11/03/2024

*জাননী*
আজি নৰেন্দ্ৰ মোডী চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা দেশত বলবৎ কৰিছে। কা বলবৎ কৰাৰ লগে লগে পৰিষদে দেশৰ *প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি আৰু কা আইনৰ প্ৰতিলিপি দাহ কৰাৰ বিষয়ে ইতিমধ্যে যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল*। গতিকে বিজেপি চৰকাৰৰ এনে অসাংবিধানিক অগণতান্ত্ৰিক কাৰ্যৰ প্ৰতিবাদত পৰিষদৰ সকলো আঞ্চলিক সমিতি আৰু সকলো জিলা সমিতিয়ে প্ৰস্তুতি থাকিলে আজি তাৎক্ষণিক ভাৱে প্ৰতিকৃতি দাহ কৰিবৰ বাবে আহ্বান জনালোঁ। অন্যথা অহা কাইলৈ সকলো আঞ্চলিক আৰু জিলা সমিতিয়ে এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰিব লাগিব।
ধন্যবাদ সহকাৰে
ৰাতুল বৰগোহাঁই

অহা কাইলৈ ২৮/০৮/২০২১ তাৰিখে পুৱা ১০ বজাত সকলোৰে উপস্থিতি কামনা কৰিলো।স্থান:- ৭নং শান্তিপুৰ ।          অনুগ্ৰহ কৰি উপস্থি...
27/08/2021

অহা কাইলৈ ২৮/০৮/২০২১ তাৰিখে পুৱা ১০ বজাত সকলোৰে উপস্থিতি কামনা কৰিলো।
স্থান:- ৭নং শান্তিপুৰ ।
অনুগ্ৰহ কৰি উপস্থিত থাকে যেন....
অসুবিধা হলে ব্যৱস্থা কৰি দিয়া হব অহা যোৱা কৰিবলৈ।

(উক্ত কাৰ্যসূচীখন ভি কে ভি স্কুলৰ সন্মুখলৈ স্নানান্তৰিত কৰা হল)

26/07/2021

আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শদিয়া মহাবিদ্যালয় গোটে আজি শদিয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগটো প্ৰাদেশিকীকৰণ কৰিবলৈ মাননীয় মহকুমাধিপতি মহোদয়ৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এখন আবেদন দাখিল কৰোঁ ।

আজি আমি যোৱা 2006/07 বৰ্ষতে কাৰ্যকৰী হোৱা শদিয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগটো আজি পৰ্যন্ত  প্ৰাদেশিকীকৰণ নোহোৱা বিষয়টোৰ ও...
26/07/2021

আজি আমি যোৱা 2006/07 বৰ্ষতে কাৰ্যকৰী হোৱা শদিয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগটো আজি পৰ্যন্ত প্ৰাদেশিকীকৰণ নোহোৱা বিষয়টোৰ ওপৰত মাননীয় মহকুমাধিপতি মহোদয়ৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এখন আবেদন পত্ৰ দাখিল কৰিলোঁ ।
আমাৰ দাবী অতি সোনকালে চৰকাৰে আমাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগটো প্ৰাদেশিকীকৰণ কৰি দিব লাগে ।

23/07/2021
23/07/2021
আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ।
23/07/2021

আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ।

Address

Tinsukia

Telephone

+917576083048

Website

Alerts

Be the first to know and let us send you an email when AJYCP Sadiya college Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to AJYCP Sadiya college Unit:

Share