10/02/2026
তেজপুৰ বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ ২০২৬ বৰ্ষৰ অনলাইন পঞ্জীয়নৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । আমাৰ মহাবিদ্যালয়ৰ Students' Learning Centerৰ জৰিয়তে এইক্ষেত্ৰত আগ্ৰহী যিকোনো বয়সৰ ব্যক্তিয়ে এই সুবিধা লাভ কৰিব পাৰে । ইচ্ছুকসকলে আমাৰ মহাবিদ্যালয়ত যোগাযোগ কৰিব পাৰে ।
https://www2.tezu.ernet.in/cdoe/admission/
যোগাযোগৰ নম্বৰ: 8822322781, 8486894246