16/08/2022
পোন প্ৰথমে সেই সকল মহান ব্যক্তিক শ্ৰদ্ধাৰে সুঁৱৰিছো যি সকল মহান ব্যক্তিৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত ১৯৫৫ চনৰ আজিৰ দিনটোতে নামনি অসমৰ এক পৰিচিত নাম বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ে জন্ম লাভ কৰিছিল।
“হেঁপাহৰ বজালী; উশাহৰ গজালি”
“আমাৰ আৱেগত বজালী ; আমাৰ পোছাকত বজালী
হাতে হাত ধৰি খোজ কঢ়া পথটোৰ নাম বজালী
চিৰসেউজীয়া ইউকেলিপ্টাছৰ নগৰী।
আজিৰ পৰা ৬৮ বছৰ আগতে , মৰমৰ #বজালী_মহাবিদ্যালয়ে জন্ম পাই
শুভ জন্মদিন,,🙏 ভট্টদেৱ_বিশ্ববিদ্যালয় 🙏।
জয়তু ভট্টদেৱ_বিশ্ববিদ্যালয় ।
Long_Live_BU❤️
Bhattadev University,bajali..